Saturday, April 25, 2026
Homeঅসমকি দেখিছিল কণ্ঠশিল্পীগৰাকীয়ে

কি দেখিছিল কণ্ঠশিল্পীগৰাকীয়ে

জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ গৈছিল সংগীত শিল্পী অমৃত প্ৰভা
👉জুবিন গাৰ্গৰ ইমান বেয়া অৱস্থাৰ পাছতো জুবিনক এৰি আত্মীয়ৰ ঘৰলৈ কেনেকৈ যাব পাৰে অমৃত প্ৰভাই
👉কি দেখিছিল কণ্ঠশিল্পীগৰাকীয়ে
👉‘আমি যিদিনা য়টত গৈছিলো সেইদিনা জুবিন দা ফিট আছিল’
👉‘আইলেণ্ডৰ কাষতে জুবিন দা, শেখৰ দা, সিদ্ধাৰ্থ দা, সন্দীপণ দা সকলোৱে ফুৰ্টি কৰি আছিল’
👉‘মই সেই ঠাইৰ পৰা আঁতৰি আহিছিলো’
👉‘হঠাৎ এজন লোকে আহি মোক জনালে যে জুবিন দাৰ কিবা হৈছে’
👉‘মই গৈ দেখিলো সন্দীপ দায়ে CPRদি আছিল, মুখত ব্ল দিছিল’
👉‘আৰু মুখেৰে তেতিয়া কিবা পনীয়া বস্তু উলাই আহিছিল’
👉‘কিছু সময়ৰ পাছতে জুবিন গাৰ্গৰ জিভাখন অলপ উলাই আহিছিল’
👉‘জুবিন দাৰ লগত হাস্পতালত অকল সিদ্ধাৰ্থ দাকহে লৈ গৈছিল’
👉‘চিকিৎসকে আমাক সকলোখিনি সুধিছিল’
👉‘আৰক্ষীক সুধিয়েই ২১ ছেপ্টেম্বৰত ফ্লাইটেৰে মই গুচি আহিলো’
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments