
‘আমি যিদিনা য়টত গৈছিলো সেইদিনা জুবিন দা ফিট আছিল’

‘আইলেণ্ডৰ কাষতে জুবিন দা, শেখৰ দা, সিদ্ধাৰ্থ দা, সন্দীপণ দা সকলোৱে ফুৰ্টি কৰি আছিল’

‘মই সেই ঠাইৰ পৰা আঁতৰি আহিছিলো’

‘হঠাৎ এজন লোকে আহি মোক জনালে যে জুবিন দাৰ কিবা হৈছে’

‘মই গৈ দেখিলো সন্দীপ দায়ে CPRদি আছিল, মুখত ব্ল দিছিল’

‘আৰু মুখেৰে তেতিয়া কিবা পনীয়া বস্তু উলাই আহিছিল’

‘কিছু সময়ৰ পাছতে জুবিন গাৰ্গৰ জিভাখন অলপ উলাই আহিছিল’

‘জুবিন দাৰ লগত হাস্পতালত অকল সিদ্ধাৰ্থ দাকহে লৈ গৈছিল’

‘চিকিৎসকে আমাক সকলোখিনি সুধিছিল’

‘আৰক্ষীক সুধিয়েই ২১ ছেপ্টেম্বৰত ফ্লাইটেৰে মই গুচি আহিলো’