- ৫০ জনৰো অধিক লোকে ইতিমধ্যে সাক্ষ্য প্রদান কৰিছে
- ৯০দিনৰ ভিতৰত চার্জশিট দাখিল কৰা হ’ব
- এখন শক্তিশালী চার্জশিট দাখিল কৰা হ’ব
- দোষী কোনোপধ্যে সাৰি যাব নোৱাৰিব
- কোনো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দেখুওৱা নাই, আমি চাবলৈও বিচৰা নাই
- ছিংগাপুৰলৈ প্ৰেৰণ কৰা হ’ব তদন্তকাৰী দল
- বৈঠকৰ পৰা ওলাই আহি এই মন্তব্য অভিনেতা প্রাঞ্জল শইকীয়াৰ
