- বিগত কিছুদিন ৰাজ্যৰ ভিন্নপ্ৰান্তত বৰষুণ হৈ আছে।
- পুনৰ ৰাজ্যত বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
- ৰাজ্যৰ ৮খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগে সতৰ্কবাণী জাৰি কৰিছে।
- লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই আজি Yellow Alert জাৰি কৰিছে।
- ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই আজি Yellow Alert জাৰি কৰিছে।
- বতৰ বিজ্ঞান কেন্দ্ৰই Yellow Alert জাৰি কৰা জিলাকেইখনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
