Saturday, March 14, 2026
Homeআন্তঃৰাষ্ট্ৰীয়ডুবাইত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান

ডুবাইত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান

ডুবাইত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান। এয়াৰ শ্ব’ৰ সময়তে দুৰ্ঘটনাত পতিত তেজছ যুঁজাৰু বিমান। দুৰ্ঘটনাত নিহত বিমানখনৰ পাইলট।

ভাৰতীয় বায়ুসেনাই তেজছৰ দুৰ্ঘটনাটো নিশ্চিত কৰিছে। আৰৱৰ সময় অনুসৰি দুপৰীয়া ২:১০ মান বজাত তেজছ যুদ্ধবিমানখন দুৰ্ঘটনাত পতিত হয়। ডুবাই ৱ’ৰ্ল্ড চেণ্ট্ৰেলৰ আল মাকটুম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দৰ্শকৰ বাবে উৰণ প্ৰদৰ্শন চলি আছিল।

দুৰ্ঘটনাটোৰ এটা ভিডিঅ’ত দেখা গৈছে যে যুঁজাৰু বিমানখনে মাটিৰ ফালে নামি অহাৰ পূৰ্বে বিস্ফোৰণ ঘটিছে। ভিডিঅ’টোত কোনোধৰণৰ ‘ইজেকচন’ হোৱা দেখা পোৱা নগ’ল। এই দুৰ্ঘটনাত পাইলটগৰাকীৰ মৃ্ত্যু হোৱা বুলি জানিব পৰা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments