Thursday, March 12, 2026
Homeঅৰ্থনীতিৰাজ্যত কৰ ফাঁকি দিয়া ব্যৱসায়ীৰ বিৰুদ্ধে GST বিভাগৰ অভিযান

ৰাজ্যত কৰ ফাঁকি দিয়া ব্যৱসায়ীৰ বিৰুদ্ধে GST বিভাগৰ অভিযান

  • ৰাজ্যত কৰ ফাঁকি দিয়া ব্যৱসায়ীৰ বিৰুদ্ধে GST বিভাগৰ অভিযান
  • চলিত বৰ্ষৰ ৬ মাহত ৩০ টাকৈ স্থানত অভিযান অসম GSTৰ
  • বৃহৎ অভিযানত ৬০ কোটি টকাৰ ৰাজহ সংগ্ৰহ ৰাজ্যিক GSTৰ
  • বৃহৎ কৰ ফাঁকিৰ অভিযোগত গ্রেপ্তাৰ ৫ জনকৈ লোকক
  • GST Intelligence and Enforcement Unitৰ তদন্ত অব্যাহত
  • বছৰি ৫০০ কোটিৰ উপাৰ্জন কৰা বহু ব্যৱসায়ীয়ে কৰ ফাঁকি দি চলাইছে ব্যৱসায়
  • তেনে ব্যৱসায়ীক ৰাডাৰত ৰাখিছে ৰাজ্যিক GST বিভাগে
  • এই বর্ষত সর্বাধিক কৰ ফাঁকি দি ব্যৱসায় কৰা কেইবাটাও প্রতিষ্ঠানত অভিযান
  • অভিযানত প্ৰতিষ্ঠানৰ পৰা GSTয়ে ৰাজহ সংগ্ৰহ কৰে ৬.৩০ কোটি
  • নজৰুল ইছলাম নামৰ ঠিকাদাৰৰ পৰা ১.৪০ কোটি ৰাজহ আদায়
  • BGS-SGS-SONA নামৰ প্ৰতিষ্ঠানৰ পৰা ৮.২০ কোটি ৰাজহ আদায়
  • J Infratech প্ৰতিষ্ঠানৰ পৰা ৪.২৫ কোটিৰ ৰাজহ সংগ্ৰহ
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments