যোৰহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফ্ৰিডম মুভমেণ্ট পাৰ্ক পৰিদৰ্শন
ফ্ৰেব্ৰুৱাৰীত মাহত প্ৰথম পৰ্যায়তৰ কাম সম্পূৰ্ণ হব
বিহুৰ উপহাৰ হিচাপে যোৰহাটীয়া ৰাইজৰ বাবে মুকলি কৰিব যোৰহাটৰ এটি ৰোডৰ ফ্লাই অভাৰ
অখিল গগৈৰ ফেচবুক লাইভ চালে ভালকৈ টোপনি আহে মূখ্যমন্ত্ৰীৰ সেই কাৰণে কামৰ শেষত প্ৰতিদিনাই অখিল গগৈৰ ফেচবুক লাইভ চাই
সাংবাদিককো পৰামৰ্শ, অখিল গগৈ লাইভ চাওক আৰু স্বাস্থ্য ভালে ৰাখক
জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কে কয় যে… পাব্লিক প্ৰচিকিউটৰে যদি কয় ফাষ্টট্ৰেক আদালতে কেচ লব লাগে তেতিয়া কেবিনেটে সিদ্ধান্ত কৰি চিফ জাষ্টিচক দিয়া হব
প্ৰিয়ঙ্কা গান্ধী সম্পৰ্কত কয় যে…. অসমলৈ পুৰ্বেও বহুবাৰ অসমলৈ আহিছিল আৰু কি প্ৰভাৱ পৰিল সকলোৱে দেখিলে
উচ্ছেদিত সকলৰ উচ্ছেদ চলোৱা সংশ্লিষ্ট ভোট কেন্দ্ৰত ভোটাধিকাৰ নাথাকিব
