Tuesday, March 10, 2026
Homeঅসম১০দিন পাকিস্তানত গৌৰৱ গগৈয়ে নীৰৱে কটোৱাক লৈ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতিক্ৰিয়া

১০দিন পাকিস্তানত গৌৰৱ গগৈয়ে নীৰৱে কটোৱাক লৈ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতিক্ৰিয়া

2026 ৰ বাজেটক লৈ যোৰহাট ত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেলৰ

গৌৰব গগৈৰ সংবাদমেলক লৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ কটাক্ষ

১০দিন পাকিস্তানত গৌৰৱ গগৈয়ে নীৰৱে কটোৱাক লৈ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতিক্ৰিয়া

১০দিন তেওঁ পাকিস্তানত পার্ক, পত্নীয়ে বজাৰ কৰা ,তক্ষশিলা চোৱাক লৈ আচয্য প্ৰকাশ মন্ত্ৰী প্ৰবিত্ৰ মাৰ্ঘেৰিটাৰ

সাংবাদিকৰ প্ৰশ্নত থৰকাচুটি হেৰাল কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ

সাংবাদিকৰ প্ৰশ্ন?
সামাজিক মাধ্যমত পাকিস্তান জিন্দাবাদ দিলেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে । কিন্তু SIT ত গৌৰব গগৈৰ পাকিস্তান ভ্ৰমণৰ ওপৰত ইমান তথ্য থকাৰ পাছতো কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই

মন্ত্ৰীৰ উত্তৰ, SIT এ সঠিক কাম কৰিছে এতিয়া কেন্দ্ৰীয় চৰকাৰে বাকীসমূহ চাব

কংগ্ৰেছৰ এগৰাকী নেত্ৰীয়ে সাংবাদিকক টকা দি প্ৰশ্ন সুধিবলৈ বিজেপি য়ে লগাইছে বুলি কৰা অভিযোগক কেন্দ্ৰীয় মন্ত্ৰীজনে এইয়া ৰাষ্ট্রীয় অথবা ৰাজ্য ৰ সাংবাদিকক কংগ্ৰেছে অপমান কৰা বুলি সংবাদমেলত মন্তব্য কৰে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments