Saturday, March 14, 2026
Homeঅসমডুবি থকা APHLC ৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰি নিজেও ডুবিব

ডুবি থকা APHLC ৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰি নিজেও ডুবিব

✓ মুখ্যমন্ত্ৰী মহিলা উদ্যমীতা অভিযানৰ অধীনত বোকাজানত আজি 17398 গৰাকী মহিলাক মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই প্ৰদান কৰে দহ হেজাৰ টকাকৈ এককালীন সাহায্য

সৰিয়হজান ক্ৰীড়া সন্থাৰ খেল পথাৰত আয়োজিত এক বিশাল সমাৱেশত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে এই চেকসমূহ

বোকাজান সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যাক ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান’ৰ অধীনত ১০,০০০ টকাকৈ এককালীন সাহায্য বিতৰণৰ দ্বাৰা মহিলাসকলক ‘লাখপতি বাইদেউ’ হিচাপে গঢ়ি তোলাই লক্ষ্য চৰকাৰৰ

​মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ডিফুৰ সাংসদ অমৰসিং তিচ’ আৰু স্থানীয় বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ ড০ নোমল মমিন উপস্থিত থাকে এই অনুষ্ঠানত।

​ডুবি থকা APHLC ৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰি নিজেও ডুবিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments