যোৰহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে কেইবাটাও মন্তব্য
বিৰোধীৰ মিত্ৰতা প্ৰসংগত
অখিল গগৈ সন্দৰ্ভত মতামত নকৰো যিহেতু বিৰোধী দলপতি নহয়
কংগ্ৰেছে অখিল লুৰীণ বা অন্যান্য সকলক সংখ্যালঘু সমষ্টি যদি এৰি দিয়ে অহা বাৰ বিৰোধী ভূমিকা পালন কৰাৰ মৰ্যদা হেৰুৱাব কংগ্ৰেছে
*টীয়ক যোৰহাট সমষ্টি প্ৰসংগত কৌতুহলী মন্তব্য*
টীয়ক সমষ্টি অগপৰ দখলত থকাৰ ইংগিত মুখ্যমন্ত্ৰীৰ
সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ ফলত আমগুৰি বিলুপ্তি হৈছে
গতিকে যোৰহাটৰ চাৰিটা সমষ্টিৰ ক্ষেত্ৰত অগপৰ সৈতে আলোচনা কৰিব লাগিব
.ইয়াৰোপৰি যোৰহাট বিধানসভা সমষ্টিত নতুন মুখে প্ৰাধান্য পোৱাৰ ইংগিত মুখ্যমন্ত্ৰীৰ
যিহেতু বিধায়কতকৈ আসনৰ সংখ্যা বেছি গতিকে ৪০ খন নতুন মুখ হ’ব পাৰে বিজেপিৰ
নিৰ্বাচনী দিন ঘোষণা
বহাগ বিহুৰ আগতেই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ইংগিত
ইতিমধ্যে নিৰ্বাচন আয়োগক অনুৰোধ জনাইছে অসম চৰকাৰে
