দৌল মহোৎসৱ হৈ থকা উখল-মাখল পৰিবেশৰ মাজতে ৰংজুলিত বনৰীয়া হাতীৰ উপদ্ৰৱ
গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাতে অস্থিৰ কৰি তুৱিছে স্বাভাৱিক জনজীৱন !
যোৱা নিশা ৰংজুলিৰ কায়স্থপাৰাত দুটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে
বাৰীৰ গছ-গছনি, মালভোগ কলৰ বাগানৰো বিস্তৰ ক্ষতি সাধন কৰে হাতীৰ জাকটোৱে
একেনিশাতে কায়স্থপাৰাৰ পৰা গৈ ভালুকজুলি গাঁৱতো তচনচ চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ
কথমপি প্ৰাণ ৰক্ষা কেইবাজন লোকৰ
