Tuesday, March 10, 2026
Homeঅসমগৰুৰ অবৈধ চোৰাং বেহা

গৰুৰ অবৈধ চোৰাং বেহা

ঈদৰ আগমূহুৰ্তত অসম পশ্চিমবংগ সীমান্তত বৃদ্ধি পাইছে গৰুৰ অবৈধ চোৰাং বেহা

বহিঃৰাজ্যৰ পৰা চোৰাং ভাবে আমদানি হৈ আছে অসমত

আজি নিশা অসম পশ্চিমবংগ সীমান্তত পশ্চিমবংগৰ বক্সিৰহাট আৰক্ষীয়ে জব্দ কৰে ষোল্লটা অবৈধ চোৰাং গো-ধন

AS 01 TC 6230 নম্বৰৰ এখন গো খাদ্য কঢ়িওৱা ট্ৰাক ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিবৰ্তে ভিতৰুৱা পথেৰে চলাইছিল অসমত প্ৰৱেশৰ চেষ্টা

গোপন খবৰৰ ভিত্তিত বক্সিৰহাট থানাৰ আৰক্ষীয়ে বাহন খন আটক কৰে সূৰ্য সেন মোড়ত

ট্ৰাকৰ গো খাদ্যৰ বস্তাৰ তলত উদ্ধাৰ হয় ষোল্লটা চোৰাং গো-ধন

আৰক্ষীয়ে চালক জনক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments