Saturday, March 14, 2026
Homeঅসমঅসমৰ বহুকেইখন জিলাত অ'ৰেঞ্জ এলার্ট জাৰি

অসমৰ বহুকেইখন জিলাত অ’ৰেঞ্জ এলার্ট জাৰি

  • অসমৰ বহুকেইখন জিলাত অ’ৰেঞ্জ এলার্ট জাৰি
  • বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অ’ৰেঞ্জ এলার্ট
  • মাজুলী, যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউত অ’ৰেঞ্জ এলার্ট
  • জিলাকেইখনত ৪০ৰ পৰা ৬০ কিলোমিটাৰ বেগত বতাহ বলাৰ আশংকা
  • ৫ৰ পৰা ১৫ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হ’ব পাৰে জিলাকেইখনত
  • কামৰূপ, নলবাৰী, বৰপেটা আৰু বঙাইগাঁৱত ধুমুহা-বজ্রপাতৰ আশংকা
  • জিলাকেইখনত বিশেষ সতর্কবাণী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments