জুৰীয়াৰ পৰা নাজিম উদ্দিনৰ ৰিপ’ৰ্ট: নিষিদ্ধ ড্ৰাগছৰ বিৰূদ্ধে জুৰীয়া আৰক্ষীৰ ধাৰাবাহিক অভিযান
পুনৰ সন্দেহযুক্ত ২০ টা কণ্টেনাৰ সহ জুৰীয়া আৰক্ষীৰ জালত পৰিল কুখ্যাত সৰবৰাহকাৰী ইছমাইল হুছেইন।
এক গোপন সূত্ৰৰ পম খেদি জুৰীয়া আৰক্ষীয়ে জুৰীয়াৰ উদমাৰিত চলাইছিল এই অভিযান।
জব্দকৃত সন্দেহযুক্ত হিৰ’ইন খিনিৰ মুঠ পৰিমাণ ২৪.৩ গ্ৰাম
সম্প্ৰতি ধৃত সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে জুৰীয়া আৰক্ষীয়ে।
