Monday, March 23, 2026
Homeঅসমবিধানসভা নিৰ্বাচনৰ পূৰ্বে সষ্টম গোৰেশ্বৰ আৰক্ষী।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে সষ্টম গোৰেশ্বৰ আৰক্ষী।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে সষ্টম গোৰেশ্বৰ আৰক্ষী।

বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰাৰ বাবে সষ্টম গোৰেশ্বৰ আৰক্ষী।

আগন্তুক বিধানসভা নিৰ্বাচনক লৈ গোৰেশ্বৰত উলিওৱা হয় আৰক্ষীৰ ফ্লেগ-মাৰ্ছ।

গোৰেশ্বৰৰ মূল পথত উলিওৱা আজিৰ এই আৰক্ষীৰ ফ্লেগ-মাৰ্ছত উপস্থিত থাকে তামুলপুৰ জিলাৰ আৰক্ষীৰ জেষ্ঠ অধীক্ষক সুমন চক্ৰৱৰ্তীৰ লগতে SSB ৰ বিষয়া আৰু জোৱান উপস্থিত থাকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments