অসমত ভাৰতীয় জনতা পাৰ্টিৰ চুনামি। অসমত একক সংখ্যাগৰিষ্ঠ লাভ কৰাৰ দিশে ভাৰতীয় জনতা পাৰ্টি।একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ দিশে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ।
ঐতিহাসিক জয়ৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত বৈঠক৷ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে বৈঠক মুখ্যমন্ত্ৰীৰ৷৮ মে’ত চৰকাৰ গঠনৰ বাবে আজি নিশায়ে ৰাজ্যপালক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে মুখ্যমন্ত্ৰীৰ৷মহাধিবক্তা দেৱজিৎ শইকীয়াও উপস্থিত আছে বৈঠকত৷ বৈঠকৰ পাছতে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ যাব সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী ৷
