Monday, June 1, 2026
Homeৰাজনৈতিকথালাপতি বিজয়ৰ শপত গ্ৰহণ সমাৰোহত অংশগ্ৰহণ অভিনেত্ৰী তৃষা কৃষ্ণণৰ

থালাপতি বিজয়ৰ শপত গ্ৰহণ সমাৰোহত অংশগ্ৰহণ অভিনেত্ৰী তৃষা কৃষ্ণণৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে থালাপতি বিজয়ৰ শপত গ্ৰহণ সমাৰোহত অংশগ্ৰহণ অভিনেত্ৰী তৃষা কৃষ্ণণৰ। দুয়োৰে মাজৰ সম্পৰ্কক লৈ চৰ্চা চলি থকাৰ সময়তে অনুষ্ঠানত অভিনেত্ৰীগৰাকীৰ উপস্থিতিয়ে লাভ কৰিছে বিশেষ চৰ্চা। মাতৃ উমা কৃষ্ণণৰ সৈতে অনুষ্ঠানটোত উপস্থিত আছিল তৃষা কৃষ্ণণ।

বিজয়ৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে প্ৰথম শাৰীত বহি থকা দেখা গৈছিল অভিনেত্ৰীগৰাকীক। তৃষা কৃষ্ণণে বিজয়ৰ মাতৃ শোভা চন্দ্ৰশেখৰক সম্ভাষণ জনোৱাৰ দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments