Monday, June 1, 2026
Homeঅসমৰাজ্যত বতৰে ল’ব কালৰূপ!

ৰাজ্যত বতৰে ল’ব কালৰূপ!

ৰাজ্যত বতৰে ল’ব পাৰে সংহাৰী ৰূপ। ৰাজ্যৰ ৭খন জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।শনিবাৰে সন্ধিয়াৰ পৰা ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হৈছে।ইয়াৰ মাজতে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে।

কামৰূপ, কামৰূপ (মেট্ৰ’), পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।সতৰ্কতা জাৰি কৰা জিলাসমূহৰ ঠাইবিশেষে বিজুলী-ঢেৰেকনিসহ বজ্ৰপাতৰ সম্ভাৱনা আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments