Saturday, September 12, 2026
Homeঅসমডিব্ৰুগড়ৰ মাইজান জিৰ’পইন্টত অঘটন

ডিব্ৰুগড়ৰ মাইজান জিৰ’পইন্টত অঘটন

ডিব্ৰুগড়ৰ মাইজান জিৰ’পইন্টত অঘটন।

মাইজান বিলত ডুবি মৃত্যু ২২ বছৰীয়া অংকিত মালাকাৰ নামৰ যুৱকৰ।

সমনীয়াৰে পিকনিক খাবলৈ গৈছিল যুৱকজন।

মৃত যুৱকজনৰ ঘৰ ডিব্ৰুগড়ৰ শ্বশানপাৰাত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments