ব্যক্তিগত কাজিয়াৰ পৰাই এই ঘটনা হৈছিল, দোষীক কঠোৰ শাস্তি আইনে দিব
ঘনকান্তৰ বন্দুকৰ লাইচেঞ্চ অসম চৰকাৰে দিয়া নহয়, নাগালেণ্ড চৰকাৰে দিয়া
কি পৰিস্থিতি, পৰিৱেশত তেওঁলোকে লাইচেঞ্চ দিছিল সেয়া জানিব লাগিব
মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
৫টাকৈ জীৱন শেষ কৰা ঘাতক ঘনকান্তৰ বন্দুকৰ লাইচেন্সক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া।
‘ঘনকান্ত গগৈক বন্দুকৰ লাইচেন্স আমি দিয়া নহয়, নাগালেণ্ড চৰকাৰে কি পৰিৱেশত ঘনকান্তক লাইচেন্স দিলে তাক জানিব লাগিব।’
ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
