Tuesday, November 3, 2026
Homeঅসমহোটেল বিলাস ইন'ৰ ঘটনাৰ আন এক তথ্য পোহৰলৈ

হোটেল বিলাস ইন’ৰ ঘটনাৰ আন এক তথ্য পোহৰলৈ

  • হোটেল বিলাস ইন’ৰ ঘটনাৰ আন এক তথ্য পোহৰলৈ
  • গুলীবিদ্ধ সত্যেন্দ্ৰ পাঠকৰ মন্তব্যত নতুন তথ্য পোহৰলৈ
  • গাড়ী পার্কিঙক লৈয়েই সূত্রপাত হৈছিল ভয়ংকৰ ঘটনাৰ
  • প্রথমে গাড়ী পার্কিঙক লৈ দেৱৰ্ষি কাশ্যপৰ সৈতে হৈছিল সংঘাত
  • দেৱৰ্ষিক নিৰ্দিষ্ট স্থানৰ পৰা গাড়ী আঁতৰাবলৈ দিছিল ঘনকান্তই
  • নিজৰখনৰ পিছফালে ঘনকান্তক গাড়ী ৰখাবলৈ কৈছিল দেৱৰ্ষিয়ে
  • সেই কথাতে দুয়োৰে মাজত হৈছিল কাজিয়াৰ সূত্রপাত
  • কাজিয়াৰ মাজতে হোটেলৰ ভিতৰলৈ সোমাই গৈছিল দেৱৰ্ষি
  • তেতিয়াই দেৱৰ্ষিলৈ গুলীচালনা কৰিছিল ঘনকান্ত গগৈয়ে
  • পুত্ৰক গুলী কৰা দেখি দৌৰি আহিছিল মাতৃ হেলেনা ভৰালী লগে লগে হেলেনালৈও লক্ষ্য কৰি গুলীয়াইছিল ঘনকান্তই
  • দুয়োকে গুলীওৱা দেখি দৌৰি আহিছিল ৰিণিকা কাশ্যপ
  • লগে লগে ৰিণিকাকো গুলীয়াই হত্যা কৰিছিল ঘনকান্তই
  • ঘটনা প্রত্যক্ষ কৰি আত্মৰক্ষাৰ চেষ্টা কৰিছিল ভূদেৱ ভৰালীয়ে
  • তেতিয়া ঘনকান্তই পিছফালৰ পৰা গুলীয়াইছিল ভূদেৱ ভৰালীক
  • হোটেলৰ কম্পিউটাৰ কক্ষত সোমাই আত্মৰক্ষাৰ চেষ্টা সত্যেন্দ্ৰৰ
  • ঘনকান্ত গগৈয়ে তাতেই গুলী কৰিছিল সত্যেন্দ্র পাঠককো
  • নাৰায়ণ দাসক গুলী কৰাৰ বিষয়ে অজ্ঞতা প্রকাশ সত্যেন্দ্ৰৰ
  • সংবাদ মাধ্যমক এই তথ্য জনালে বিধায়ক দীপক কুমাৰ দাসে
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments