Sunday, November 29, 2026
Homeঅসমলখিমপুৰত পুনৰ চলিল প্ৰশাসনৰ বুলড’জাৰ

লখিমপুৰত পুনৰ চলিল প্ৰশাসনৰ বুলড’জাৰ

লখিমপুৰত পুনৰ চলিল প্ৰশাসনৰ বুলড’জাৰ। বগীনদীৰ পাছত এইবাৰ বৰবিলত ১৬ বিঘাতকৈও অধিক চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ প্ৰশাসনে চলালে বৃহৎ উচ্ছেদ অভিযান। পুৱাৰে পৰা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বুলড’জাৰ লগাই ভাঙি পেলোৱা হ’ল এটাৰ পাছত আনটো পকী ঘৰ। ইফালে গৃহহাৰা হৈ কান্দোনত ভাগি পৰা উচ্ছেদিত ৰাইজে প্ৰশাসনৰ বিৰুদ্ধে আনিছে পক্ষপাতিত্বৰ গুৰুতৰ অভিযোগ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments