Wednesday, July 9, 2025
Homeমনোৰঞ্জনবিগ বি জন্মদিনত অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্ছনক সমালোচনা 

বিগ বি জন্মদিনত অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্ছনক সমালোচনা 

ডিজিটেল ডেস্ক,১২ অক্টোবৰ: ইতিমধ্যে বুধবাৰে বলিউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনৰ ৮১ বছৰ জন্মদিন সম্পূৰ্ণ হৈছে ।জন্মদিনটোৰ অনুষ্ঠান শেষ হোৱা ২৪ ঘণ্টা নঁহওতেই বোৱাৰী ঐশ্বৰ্য্য ৰায় বচ্চনক সামাজিক মাধ্যমত তীব্ৰ সমালোনা কৰা দেখিবলৈ পোৱা যায় ।কাৰণ অভিনেতা জনৰ জন্মদিনৰ অনুষ্ঠানত উপস্থিত আছিল বহু লোক ।

অভ্যথৰ্নাও ৰাখিছে ভিন্ন প্ৰকাৰৰ ।যিটো অনুষ্ঠানত মোহময়ী অভিনেতা জনক কাষত পায় ফটো উঠাতো ব্যস্ত উপস্থিত থকা বিভিন্ন জন ।কাল হল তাতেই ।জন্মদিনৰ শুভমুহূৰ্তত পৰিয়ালৰ লগত উঠা ফটো এখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ঐশ্বয্যৰায় বচ্চনে ।

ফটো খনত আছিল অমিতাভ বচ্চন, জয়া বচ্চন, নব্য, অগস্ত্য আৰু আৰাধ্যাক ।কিন্ত্ত ফটোখন ক্ৰপ কৰি লগত থকা বাকী সকলক বাহিৰ কৰাত সমেলোচনা কৰিছে অভিনেত্ৰী গৰাকীক ।ফটোখনত শহুৱেক অমিতাভ বচ্চনক জন্মদিনৰ শুভেচ্চাৰে আপলোড কৰিছিল ।

পিছে বাকী সকলক ক্ৰপ কৰি কিয় বাহিৰ কৰিছিল তাৰ উত্তৰ বিছাৰি প্ৰশ্ন কৰে ।বাকী সকল অভিনেতা জনৰ লগত নথকা তেনে অন্য ফটো আপলোড নকৰিলে কিয় বুলি প্ৰশ্ন কৰে অভিনেত্ৰী গৰাকীক ।ইয়াৰ অন্তৰালত সম্পৰ্ত্তি কি ৰহস্য আছে সেয়া বৰ্তমান পয্যৰ্ন্ত জানিব পৰা হোৱা নাই ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments