Sunday, April 26, 2026
Homeঅসমক্ৰাইম জ'নত পৰিণত বাইহাটা চাৰিআলি

ক্ৰাইম জ’নত পৰিণত বাইহাটা চাৰিআলি

 দুলাল ডেকা, বাইহাটা চাৰিআলি: ধাৰাবাহিক ভাবে সংঘটিত হৈ আহিছে চুৰি আৰু ডকাইতি কাৰ্য্য। আজি
বাইহাটা চাৰিআলিত চাঞ্চল্যকৰ দিন ডকাইতি কাৰ্য্য সংঘটিত হয়।

চাৰিচকীয়া বিলাসী বাহনৰ পৰা সন্মুখৰ গ্লাছ ভাঙি নগদ দুই লাখ টকা লৈ উধাও হ’ল দুৰ্বৃত্তই।চি চি টিভি ত বন্দী সমগ্ৰ দৃশ্য। ঘটনা স্থলীত বাইহাটা চাৰিআলি আৰক্ষী উপস্থিত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments