
৩০ এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান

ফাষ্টট্ৰেক আদালতত দুদিনীয়াকৈ সম্পন্ন হয় শুনানি

আজি আদালতত পুনৰ শপতনামা দাখিল সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাৰ, বুধবাৰে ভুল শপতনামা দাখিলৰ বাবে হোৱা নাছিল শুনানি

শুকুৰবাৰে অনুষ্ঠিত হ’ব সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি