Tuesday, March 10, 2026
HomeঅসমAPDCLক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

APDCLক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ডিজিটেল ডেস্ক ANEWS24x7: বিদ্যুতৰ মাছুল বৃদ্ধিকলৈ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ ৷ চলিত মাহৰ বিসংগতিপূৰ্ণ বিদ্যুৎ মাছুল সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয় যে , ‘‘ ৰাজ্যত বিদ্যুতৰ মাছুল বৃদ্ধি কৰা হোৱা নাই ৷ কিন্তু গ্ৰাহকলৈ বিসংগতি পূৰ্ণ বিদ্যুতিক বিল অহাটো সত্য ৷ স্মাৰ্ট মিটাৰৰ বিসংগতিপূৰ্ণ ৰিডিঙৰ বাবে অভাৱনীয় হাৰত গ্ৰাহকে বিদ্যুত বিল লাভ কৰিছে ৷’’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত APDCLক তদন্তৰ নিৰ্দেশ দিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments