Thursday, March 12, 2026
Homeসাংস্কৃতিকদ্বাপৰ যুগৰ শ্ৰী কৃষ্ণৰ বাঁহী আৰু কলি যুগৰ চেক্সোফোনৰ মাজৰ সম্পৰ্ক

দ্বাপৰ যুগৰ শ্ৰী কৃষ্ণৰ বাঁহী আৰু কলি যুগৰ চেক্সোফোনৰ মাজৰ সম্পৰ্ক

ডিজিটেল ডেস্ক, ANEWS24X7: সংগীতৰ শক্তি কিমান হয়তো‌ কোনোৱেও অনুমান কৰিব নোৱাৰে। দেহ মন শান্ত কৰে সংগীতে। নিষ্পাপ‌ জন্তুবোৰেও বুজি পায় সংগীতৰ সুমধুৰ সুৰ।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সংগীতৰ এটা‌ বিশেষ ভিডিঅ’। এখন গৰুৰ ফাৰ্মত এজন ব্যক্তিয়ে চেক্সোফোন বজাইছে। আৰু তাৰ পাছত ফাৰ্মখনৰ সকলো গৰু তেওঁৰ চাৰিওফালে আহি পৰিছে।

দ্বাপৰ যুগত শ্ৰী কৃষ্ণৰ বাঁহীৰ সুৰত বৃন্দাবনৰ পশু-পক্ষী মোহিত হোৱা বিষয়ে আমি সকলোৱে জানো। কিন্তু বাস্তৱত হয়তো সকলোৱে তেনে ছবি প্ৰত্যক্ষ কৰা নাই। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’টোৱে প্ৰমাণ কৰিছে সংগীতৰ কোনো ভাষা নাই। সকলোৱে বুজি পায় সংগীতৰ সুৰ।

ব্যক্তিজনে চেক্সোফোনৰ এটা সুৰ বজোৱাৰ পাছতেই খেতি পথাৰত চৰি থকা কেইবাটাও গৰু তেওঁৰ চাৰিওফালে গোট খাইছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments