Wednesday, June 17, 2026
Homeঅসমসাক্ষ্যগ্ৰহণৰ বাবে আদালতলৈ মতা হ’ব ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক

সাক্ষ্যগ্ৰহণৰ বাবে আদালতলৈ মতা হ’ব ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক

প্ৰসংগঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰ।ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলকো সাক্ষ্যগ্ৰহণৰ বাবে মতা হ’ব আদালতলৈ। প্ৰথমে এজাহাৰকাৰীসকলক মতা হৈছে সাক্ষ্যগ্ৰহণৰ বাবে।

পৰৱৰ্তী পৰ্যায়ত ফৰেনচিক আৰু মেডিকেলৰ সাক্ষীসকলক মতা হ’ব আদালতলৈ।সৰ্বমুঠ ৮৫খন এজাহাৰত প্ৰায় ১২০জন এজাহাৰকাৰী আছে। প্ৰথমে গোচৰটো প্ৰতিষ্ঠা কৰিবলৈ এজাহাৰকাৰীসকলক মতা হৈছে।সোমবাৰে এই তথ্য সদৰী কৰে লোক ফৰিয়াদী জিয়াউল কামাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments