- # আমিনগাঁৱত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ ।
- # STF আৰু কামৰূপ আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰা হয় ড্ৰাগছখিনি ।
- # নামনি অসমলৈ সৰবৰাহৰ সময়ত কামৰূপ আৰক্ষীয়ে জব্দ কৰে ৮৪ গ্ৰাম ওজনৰ ড্ৰাগছ ।
- # AS 01 KC 0971 নম্বৰৰ এখন ট্ৰভেলাৰ বাহনৰ পৰা উদ্ধাৰ হয় ড্ৰাগছ খিনি ।
- # ৬ টা চাবোনৰ বাকচত ভৰাই লৈ অনা হৈছিল ড্ৰাগছ খিনি ।
- # ড্ৰাগছ সৰবৰাহৰ লগত জড়িত দুগৰাকী মহিলা ক্ৰমে বৰপেটাৰ আস্মিনা পাৰবীন (২৯) আৰু পশ্চিমবংগ মুৰ্চিদাবাদৰ মেহৰুন নেছা খাতুন (২৩) ৰ লগতে আন এজন সৰবৰাহকাৰী বৰপেটাৰ মহম্মদ ছমেজ আলিক আটক কৰিছে আৰক্ষীয়ে ।
- # কামৰূপ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান ।
