Friday, November 8, 2024
Homeৰাজনৈতিকআৰু এবছৰলৈ লাভ কৰিব বিনামুলীয়া খাদ্য সামগ্ৰী

আৰু এবছৰলৈ লাভ কৰিব বিনামুলীয়া খাদ্য সামগ্ৰী

ডিজিটেল ডেস্ক, ANEWS24x7: কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ আৰু এবছৰলৈ লাভ কৰিব বিনামুলীয়া খাদ্য সামগ্ৰী ৷ কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিলে ম্যাদ ৷

এবছৰৰ বাবে দেশৰ ৮১ কোটি লোকে লাভ কৰিব বিনামূলীয়া খাদ্য সামগ্ৰী ৷ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ অইনৰ অধীনত ৮১ কোটি লোকে লাভ কৰিব এই খাদ্য সামগ্ৰী ৷ শুক্ৰবাবে কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷


দেশৰ ৮১ কোটি জনতাই অহাবছৰ ডিচেম্বৰ মাহ পৰ্যন্ত লাভ কৰিব বিনামূলীয়া খাদ্য সামগ্ৰী ৷ ঘেঁহুৰ বাবে ২ টকা আৰু প্ৰতিকিলো চাউলৰ বাবে ৩ টকা পৰিশোধ কৰিবলগীয়া হিতাধীকাৰী পৰিয়ালে ৩৫ কেজি খাদ্য সামগ্ৰী আৰু আন সকলে প্ৰতিজন সদস্যৰ বিপৰিতে ৫ কিলোগ্ৰাম খাদ্য সামগ্ৰী লাভ কৰিব ৷ ইয়াৰ বাবে কেন্দ্ৰীয় কেবিনেটে ২ লাখ কোটি টকা ধাৰ্য কৰিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments