Wednesday, March 11, 2026
Homeৰাষ্ট্ৰীয়'ব্যতিক্ৰমী প্ৰতিভা'ৰ বাবে প্ৰশংসা

‘ব্যতিক্ৰমী প্ৰতিভা’ৰ বাবে প্ৰশংসা

ডিজিটেল ডেস্ক, ANEWS24X7: সম্প্ৰতি সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ভিডিঅ’ দেখিবলৈ পোৱা যায় । ঠিক তেনেধৰণে এটা হৃদয়স্পৰ্শ কৰি যোৱা ভিডিঅ’ই যথেষ্ট সমাদৰ লাভ কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এগৰাকী সৰু ছোৱালীক তেওঁৰ ‘ব্যতিক্ৰমী প্ৰতিভা’ৰ বাবে প্ৰশংসা কৰে। ছোৱালীজনীয়ে এটা কানাড়া গানত পিয়ানো বজোৱা দেখা গৈছিল।

ইপিনে প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়, “এই ভিডিঅ’টোৱে সকলোৰে মুখত হাঁহি আনিব পাৰে। ব্যতিক্ৰমী প্ৰতিভা আৰু সৃজনশীলতা। কণমানি জনিলৈ শুভকামনা!”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments