ডিজিটেল ডেস্ক, anews24X7: দেওবাৰে জম্মু-কাশ্মীৰত সংঘটিত হয় পথ দুৰ্ঘটনা। হঠাৎ সিন্ধু নৈত বুৰ গ’ল CRPFৰ এখন বাহন। অমৰনাথ গুহা মন্দিৰলৈ গৈ আছিল বাহনখন।
দুৰ্ঘটনাৰ ফলত বাহনখনত থকা ৯জন CRPF জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত আটাইকে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় সমীপৰে হাস্পতালত।
