Tuesday, July 8, 2025
Homeৰাষ্ট্ৰীয়পাকিস্তানত সিন্ধ প্ৰদেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

পাকিস্তানত সিন্ধ প্ৰদেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

ডিজিটেল ডেস্ক, ANEWS24X7: পাকিস্তানত সিন্ধ প্ৰদেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা৷ হাজাৰা এক্সপ্ৰেছৰ লাইনচ্যুত হ’ল ১০টাকৈ দবা৷ ৰে’ল দুৰ্ঘটনাত নিহত ২০ জন, আহত ৫০জনৰো অধিক লোক৷

ৰাৱালপিণ্ডি অভিমুখী আছিল হাজাৰা এক্সপ্ৰেছখন৷ মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা৷ উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments