Monday, July 7, 2025
Homeঅসমযোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ গুৰুত্বপূৰ্ণ ৰায়দান

যোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ গুৰুত্বপূৰ্ণ ৰায়দান

  • হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় যোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ
  • মুকুল শইকীয়া আৰু প্ৰাঞ্জল দত্তক যাৱজ্জীৱন কাৰাদণ্ড
  • মনোজ দত্ত নামৰ এজনক হত্যা কৰিছিল দুয়োয়ে
  • পতিয়াগাঁৱৰ দিহিঙাকুৰি নামঘৰৰ সমীপত হত্যা কৰিছিল মনোজ দত্তক
  • মৃত মনোজৰ পৰিয়ালক এককালীন সাহায্য আগবঢ়োৱাৰ নিৰ্দেশ আদালতৰ
  • ২০১৯ চনৰ ২৫ মে’ত সংঘটিত হৈছিল এই ঘটনা
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments