Homeঅসমআজিৰে পৰা নাথাকিব খাওগলি অসমগুৱাহাটী আজিৰে পৰা নাথাকিব খাওগলি By NEWS DESK November 27, 2024 0 184 Share FacebookTwitterPinterestWhatsApp দীঘলীপুখুৰী পাৰত আজিৰে পৰা নাথাকিব খাওগলি। প্ৰশাসনৰ নিৰ্দেশৰ পাছতেই খাওগলিত উচ্ছেদ GMCৰ। বুলড’জাৰ লগাই এফালৰ পৰা ভাঙিলে খাওগলিৰ দোকান। বিকল্প ব্যৱস্থা নকৰাকৈ GMC-এ উঠাই দিলে খাওগলি। বছৰদিয়েক পূৰ্বে GMC-এ দীঘলীপুখুৰীত স্থাপন কৰিছিল খাওগলি। Share FacebookTwitterPinterestWhatsApp Previous articleযোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ গুৰুত্বপূৰ্ণ ৰায়দানNext articleবন বিভাগৰ জালত ২ চোৰাং চিকাৰী NEWS DESKhttps://anews24x7.com/ RELATED ARTICLES অসম আজিৰে পৰা অম্বুবাচী মহাযোগ June 22, 2026 অসম কুম্ভকৰ্ণ নিদ্ৰাত খুমটাই আৰক্ষী June 22, 2026 অসম খোবাং চাহ বাগিছাত চুলাইৰ বিৰুদ্ধে ATTSA ৰ চূড়ান্ত সকীয়নি June 21, 2026 LEAVE A REPLY Cancel reply Comment: Please enter your comment! Name:* Please enter your name here Email:* You have entered an incorrect email address! Please enter your email address here Website: Save my name, email, and website in this browser for the next time I comment. Most Popular আজিৰে পৰা অম্বুবাচী মহাযোগ June 22, 2026 কুম্ভকৰ্ণ নিদ্ৰাত খুমটাই আৰক্ষী June 22, 2026 কেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক June 22, 2026 খোবাং চাহ বাগিছাত চুলাইৰ বিৰুদ্ধে ATTSA ৰ চূড়ান্ত সকীয়নি June 21, 2026 Load more Recent Comments