Homeঅসমআজিৰে পৰা নাথাকিব খাওগলি অসমগুৱাহাটী আজিৰে পৰা নাথাকিব খাওগলি By NEWS DESK November 27, 2024 0 194 Share FacebookTwitterPinterestWhatsApp দীঘলীপুখুৰী পাৰত আজিৰে পৰা নাথাকিব খাওগলি। প্ৰশাসনৰ নিৰ্দেশৰ পাছতেই খাওগলিত উচ্ছেদ GMCৰ। বুলড’জাৰ লগাই এফালৰ পৰা ভাঙিলে খাওগলিৰ দোকান। বিকল্প ব্যৱস্থা নকৰাকৈ GMC-এ উঠাই দিলে খাওগলি। বছৰদিয়েক পূৰ্বে GMC-এ দীঘলীপুখুৰীত স্থাপন কৰিছিল খাওগলি। Share FacebookTwitterPinterestWhatsApp Previous articleযোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ গুৰুত্বপূৰ্ণ ৰায়দানNext articleবন বিভাগৰ জালত ২ চোৰাং চিকাৰী NEWS DESKhttps://anews24x7.com/ RELATED ARTICLES অসম জামিন লাভ কৰিলে জুবিন গাৰ্গৰ ২ দেহৰক্ষীয়ে September 29, 2026 অসম ছৈখোৱাত ড্ৰাগছসহ যুৱক গ্ৰেপ্তাৰ September 29, 2026 অসম বিশ্বনাথৰ লেহুগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজন যুৱক গুৰুতৰভাৱে আহত September 28, 2026 LEAVE A REPLY Cancel reply Comment: Please enter your comment! Name:* Please enter your name here Email:* You have entered an incorrect email address! Please enter your email address here Website: Save my name, email, and website in this browser for the next time I comment. Most Popular কেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক September 30, 2026 জামিন লাভ কৰিলে জুবিন গাৰ্গৰ ২ দেহৰক্ষীয়ে September 29, 2026 ছৈখোৱাত ড্ৰাগছসহ যুৱক গ্ৰেপ্তাৰ September 29, 2026 কেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক September 29, 2026 Load more Recent Comments