- কোনো চিন্তা নোহোৱাকৈ উদযাপন কৰিব পাৰিব নৱবৰ্ষ
- সুৰাপায়ীসকলৰ বাবে আগবঢ়োৱা হৈছে বাম্পাৰ অফাৰ
- সুৰাসক্তসকলক নিৰাপদে ঘৰত কেবেৰে থৈ অহাৰ ব্যৱস্থা আৰক্ষীৰ
- নিয়োগ কৰা হৈছে ৩ হাজাৰ আৰক্ষী বাহিনী
- সমগ্ৰ চহৰত ৬ হাজাৰৰো অধিক CC কেমেৰা সংস্থাপন
- নয়ডা আৰক্ষীৰ ব্যতিক্রমী পদক্ষেপ
সুৰাপায়ীসকলৰ বাবে আগবঢ়োৱা হৈছে বাম্পাৰ অফাৰ
RELATED ARTICLES
