মহম্মদ ইউনুছ চৰকাৰৰ প্ৰতি অশান্তি আৰু অনাস্থা বাঢ়িছে বাংলাদেশৰ
জনসাধাৰণৰ বাংলাদেশত সামৰিক শাসনৰ সম্ভাৱনা
যাৰবাবে সোমবাৰে অনুষ্ঠিত হয় বাংলাদেশী সেনাৰ জৰুৰী বৈঠক
ৰাষ্ট্ৰীয় ঐক্য চৰকাৰ গঠনৰ পৰিকল্পনা বাংলাদেশ সেনাৰ
ৱাকাৰ-উজ-জামানৰ নেতৃত্বত সেনাবাহিনীয়ে অনুষ্ঠিত কৰে এই জৰুৰী বৈঠক
এই বৈঠকত উপস্থিত থাকে সেনাবাহিনীৰ শীৰ্ষ বিষয়া, ৫ জন লেফটেনেন্ট জেনেৰেল, ৮ জন মেজৰ জেনেৰেল, স্বতন্ত্ৰ ব্রিগেডৰ কমান্ডিং অফিচাৰ