- ভাৰতৰ যুদ্ধংদেহি স্থিতিক লৈ পাকিস্তানত হাহাকাৰ
- পাকিস্তান এৰিছে সেনাৰ মুৰব্বীৰ পৰিয়ালে
- পাকিস্তান সেনাৰ মুৰব্বী অছিম মুনীৰ পৰিয়াল বিদেশলৈ
- ব্যক্তিগত বিমানত আমেৰিকালৈ ৰাওনা
- আন আন সেনা বিষয়াৰ পৰিয়ালেও এৰিছে পাকিস্তান
- একাংশ সেনাৰ পৰিয়াল ৰাওনা ব্রিটেইনলৈ
- ভাৰতৰ আক্ৰমণৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ