- কর্ণেল ছফিয়া কুৰেশ্বি, উয়িং কমাণ্ডাৰ ব্যোমিকা সিং
- ছফিয়া কুৰেশ্বি হৈছে Corps of Signals-ৰ বিষয়া
- Exercise Force 18ত ভাৰতীয় সেনাৰ অধিনায়ক আছিল
- কংগোৰ UN Peacekeeping Mission-তো কৰ্মৰত আছিল
- ব্যোমিকা সিং ভাৰতীয় বায়ুসেনাৰ এগৰাকী বিষয়া
- ব্যোমিকা সিঙে ২৫০০ ঘণ্টা হেলিকপ্টাৰ আৰু বিমান উৰুৱাইছে
- জম্মু-কাশ্মীৰ, উত্তৰ-পূৰ্বাঞ্চলৰ বিপদসংকুল এলেকাত চেতক, চিতা হেলিকপ্টাৰ উৰুওৱাৰ অভিজ্ঞতা