- পাকিস্তানৰ ৯ খন চহৰক টার্গেট কৰি নিক্ষেপ কৰা হৈছিল ড্রোণকেইখন
- লাহোৰ, চকোৱাল, গুজৰাংৱালা, ৰাৱালপিণ্ডী, বাহাৱালপুৰ মিয়ানৱলি, শ্বোৰ, কৰাচীক টার্গেট কৰা হৈছিল
- সংবাদমেলত এই তথ্য সদৰী কৰিছে ISPRৰ সঞ্চালক প্রধান লেফটেনেন্ট জেনেৰেল আহমদ শ্বৰীফ চৌধুৰীয়ে
- পাকিস্তানৰ প্ৰতিৰক্ষা ব্যৱস্থাই ড্রোণকেইখন নিষ্ক্রিয় কৰা বুলি দাবী
- এই আক্রমণত এজন সাধাৰণ লোকসহ আন ৫ গৰাকী লোক আহত হোৱাৰ তথ্য প্রকাশ
- লাহোৰ ৱাল্টন পথৰ আক্ৰমণত আহত হৈছে ৪ জনকৈ সৈনিক