Monday, July 7, 2025
Homeঅসমপ্ৰথমবাৰৰ বাবে ৫ জন অধ্যক্ষৰে বৈঠকত বহিব গৌৰৱ গগৈ

প্ৰথমবাৰৰ বাবে ৫ জন অধ্যক্ষৰে বৈঠকত বহিব গৌৰৱ গগৈ

  • ৰাজীৱ ভৱনত সন্ধিয়া ৭ বজাত গুৰুত্বপূৰ্ণ বৈঠক
  • বৈঠকত উপস্থিত থাকিব APCCৰ সভাপতি গৌৰৱ গগৈ
  • উপস্থিত থাকিব প্রদেশ কংগ্ৰেছৰ ৫খন কমিটীৰ ৫ জন অধ্যক্ষ
  • প্ৰথমবাৰৰ বাবে ৫ জন অধ্যক্ষৰে বৈঠকত বহিব গৌৰৱ গগৈ
  • উপস্থিত থাকিব নির্বাচনী প্ৰচাৰ কমিটীৰ অধ্যক্ষ ভূপেন বৰা
  • অংশ ল’ব সমন্বয়ৰক্ষী কমিটীৰ অধ্যক্ষ দেৱব্ৰত শইকীয়াই
  • ইস্তাহাৰ কমিটীৰ অধ্যক্ষ প্রদ্যুৎ বৰদলৈয়ো ল’ব অংশ
  • উপস্থিত থাকিব প্ৰচাৰ কমিটীৰ অধ্যক্ষ ৰকিবুল হুছেইন
  • নির্বাচন ব্যৱস্থাপনা কমিটীৰ অধ্যক্ষ ৰিপুণ বৰায়ো ল’ব অংশ
  • বৈঠকতেই প্ৰস্তুত কৰা হ’ব কংগ্ৰেছ দলৰ পৰৱৰ্তী ৰণনীতি
  • নির্বাচনত মিত্রতা সন্দর্ভতো আলোচনা হ’ব এই বৈঠকত
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments