Tuesday, July 8, 2025
Homeঅসম১৬ জুলাইত অসমলৈ আহিব ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে

১৬ জুলাইত অসমলৈ আহিব ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে

ওদালগুৰিৰ ওৰাঙত উপস্থিত অসম প্রদেশ কংগ্ৰেছ সমিতিৰ সভাপতি সাংসদ গৌৰৱ গগৈ| ওৰাং লক্ষ্মী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কংগ্ৰেছৰ কর্মী সভাত উপস্থিত থাকে নেতাগৰাকী | নেতাগৰাকীক সংগ দিয়ে প্রাক্তন বিধায়িকা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰ’জলিনা তির্কী, প্রেমলালগঞ্জু কে আদি কৰি বহু বিশিষ্ট ব্যক্তি | BTR ৰ UPPL – BJP ৰ বিৰুদ্ধে ৰাইজ বিতস্তু হৈ কংগ্ৰছেক বিচাৰিছে বিকল্প হিচাপে |

অচিৰেই বৈঠক অনুষ্ঠিত কৰি টিকটৰ ক্ষেত্ৰত সিদ্ধান্ত লব কংগ্ৰেছে | কংগ্ৰেছৰ দিনত স্থানীয় নেতৃত্বক সম্মান দিয়া হৈছিল, কিন্তু বিজেপিয়ে মাত্র তেওঁলোকৰ মাটি দখলতহে চেষ্টা চলাইছে | আনহাতে, অহা ১৬ জুলাইত অসমত উপস্থিত হব ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে |

অসমলৈ কেন্দ্ৰীয় নেতাদ্বয়ক আদৰণি গৌৰৱ গগৈৰ | ৰাইজে BPF ৰ কাউঞ্চিল দেখিলে UPPL- BJP ৰ কাউঞ্চিল দেখিলে এই বাৰ BTC ত ৰাইজে দেখিব কংগ্ৰেছৰ কাউঞ্চিল চৰকাৰ |

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments