Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়তিনি সপ্তাহৰ ভিতৰত গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

তিনি সপ্তাহৰ ভিতৰত গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ডিজিটেল ডেস্ক ANEWS24X7:  তথ্য প্ৰযুক্তি আইনৰ দফা ৬৬(ক)ৰ অধীনত ৰুজু হৈ থকা গোচৰ সমূহৰ পৰা মুক্ত কৰা হ’ব অভিযুক্ত সকলক ৷ তিনি সপ্তাহৰ ভিতৰত এনেধৰণৰ গোচৰ সমূহ কৰিব লাগিব প্ৰত্যাহাৰ ৷

  • বুধবাৰে এক শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ প্ৰদান কৰে মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে ৷

দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰিছে এই জাননি ৷ উচ্চতম ন্যায়ালয়ে ২০১৫ চনতে তথ্য প্ৰযুক্তি আইনৰ দফা ৬৬(ক) বাতিল কৰিছিল। কাৰণ এই ধাৰাই সংবিধানপ্ৰদত্ত মুক্ত অভিব্যক্তিৰ অধিকাৰ খৰ্ব কৰিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments