- দেৱভূমি উত্তৰাখণ্ডত প্ৰকৃতিৰ কালৰূপ।
- উত্তৰকাশীৰ ধৰালীত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ।
- ডাৱৰ বিস্ফোৰণত এইপৰ্যন্ত ৪ গৰাকীৰ মৃত্যু।
- সন্ধানহীন ৫০ গৰাকীৰো অধিক লোক।
- উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে অভিযান।
- উত্তৰকাশীৰ প্ৰলয়ৰ পাছতে কেন্দ্ৰৰ তৎপৰতা।
- ৰাজ্যখনৰ মুখ্যমন্ত্ৰীলৈ ফোন প্ৰধানমন্ত্ৰী মোদীৰ।
- প্ৰধানমন্ত্ৰীয়ে বুজ ল’লে ক্ষয়-ক্ষতিৰ…
