Friday, September 11, 2026
Homeৰাষ্ট্ৰীয়Mig-Bison নহয় ATR চলাব বালাকোটৰ হিৰ’ গ্ৰুপ কেপ্টেইন অভিনন্দন বৰ্তমানে

Mig-Bison নহয় ATR চলাব বালাকোটৰ হিৰ’ গ্ৰুপ কেপ্টেইন অভিনন্দন বৰ্তমানে

Mig-Bison নহয় ATR চলাব বালাকোটৰ হিৰ’ গ্ৰুপ কেপ্টেইন অভিনন্দন বৰ্তমানে
👉 বায়ু সেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ল’লে অভিনন্দন বৰ্তমানে
👉 Fly 91 নামৰ ব্যক্তিগত বিমান কোম্পানীৰ পাইলট হিচাপে যোগ দিলে অভিনন্দনে
👉 বালাকোট এয়াৰষ্ট্ৰাইকৰ সময়ত পাকিস্তানৰ F-16 ভূপতিত কৰিছিল তেওঁ
👉 বিমানৰ পৰা Eject হৈ পাকিস্তানৰ ভূখণ্ডত পৰিছিলগৈ অভিনন্দন
👉 ৩ দিন পাক সেনাৰ জিম্মাত থকাৰ পিচত ভাৰতক গতাইছিল পাকিস্তানে
👉 তেওঁৰ বীৰত্বৰ বাবে বীৰ চক্ৰ পুৰস্কাৰেৰে সন্মানিত কৰিছিল ৰাষ্ট্ৰপতিয়ে
👉 বৰ্তমান গোৱা-হায়দৰাবাদ পথত প্ৰশিক্ষণ চলি আছে তেওঁৰ
👉 প্ৰশিক্ষণ সম্পূৰ্ণ হ’লেই ATR 72-600 চলাব দক্ষ যুঁজাৰু বিমানৰ পাইলটজনে
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments