Tuesday, April 28, 2026
Homeঅসমআকৌ গোৱালপাৰাৰ দহিকাটা বনাঞ্চলত চলিল প্ৰশসনৰ বুলড'জাৰ"

আকৌ গোৱালপাৰাৰ দহিকাটা বনাঞ্চলত চলিল প্ৰশসনৰ বুলড’জাৰ”

  • গোৱালপাৰা জিলাৰ দহিকাটা বনাঞ্চলত আজি ৰাতিপুৱাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰে জিলা প্ৰশাসনে,
  • আগতীয়াকৈ ৫৮০ টা পৰিয়াললৈ উচ্ছেদৰ জননী প্ৰেৰণ কৰিছিলে প্ৰশসনে
  • আৰু আজি ৰাতিপুৱাৰে পৰা এই স্থানত উচ্ছেদ অভিযান আৰম্ভ কৰে
  • ১১৪৩ বিঘা ভূমিত বুলড’জাৰ চলাই প্ৰশসনে,
  • ৰাতিপুৱা ভাগত পৰিস্তিতি উতপ্ত হৈছিল যদিও এতিয়া নিমন্ত্ৰণত হৈছে দহিকাটা বনাঞ্চলৰ উচ্ছেদ স্থলীত
  • এতিয়াও চলি আছে উচ্ছেদ অভিযান আৰু এই অভিযানৰ মাজতে প্ৰশাসনে আটক কৰিছে AIUDF ৰ নেতা আব্দুল হায় আৰু ছাহা আলমক
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments