- গোৱালপাৰা জিলাৰ দহিকাটা বনাঞ্চলত আজি ৰাতিপুৱাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰে জিলা প্ৰশাসনে,
- আগতীয়াকৈ ৫৮০ টা পৰিয়াললৈ উচ্ছেদৰ জননী প্ৰেৰণ কৰিছিলে প্ৰশসনে
- আৰু আজি ৰাতিপুৱাৰে পৰা এই স্থানত উচ্ছেদ অভিযান আৰম্ভ কৰে
- ১১৪৩ বিঘা ভূমিত বুলড’জাৰ চলাই প্ৰশসনে,
- ৰাতিপুৱা ভাগত পৰিস্তিতি উতপ্ত হৈছিল যদিও এতিয়া নিমন্ত্ৰণত হৈছে দহিকাটা বনাঞ্চলৰ উচ্ছেদ স্থলীত
- এতিয়াও চলি আছে উচ্ছেদ অভিযান আৰু এই অভিযানৰ মাজতে প্ৰশাসনে আটক কৰিছে AIUDF ৰ নেতা আব্দুল হায় আৰু ছাহা আলমক
