- ছৌদি আৰৱত ভয়ংকৰ দুৰ্ঘটনাত নিহত ৪২ গৰাকী ভাৰতীয়।
- নিহতসকলৰ ভিতৰত আছে ১১টা শিশু, ২০ গৰাকী মহিলা।
- নিহতসকলৰ অধিকাংশই হায়দৰাবাদৰ নিবাসী।
- যাত্ৰীবাহী বাছে ডিজেলৰ টেংকাৰত খুন্দা মৰাৰ পাছতে জ্বলি উঠে বাছখন।
- ঘটনাৰ পাছতে ৰিয়াধস্থিত ভাৰতীয় দূতাবাসৰে যোগাযোগ তেলেংগানা চৰকাৰৰ।
- লগতে মুকলি কৰে 8002440003 হেল্পলাইন নম্বৰ।
ছৌদি আৰৱত ভয়ংকৰ দুৰ্ঘটনাত নিহত ৪২ গৰাকী ভাৰতীয়।
RELATED ARTICLES
