অসমৰ ‘প্ৰথমখন স্বচ্ছ চহৰ’ হিচাপে গুৱাহাটী মহানগৰীলৈ স্বচ্ছ সৰ্বেক্ষণ বঁটা। নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠান। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই সন্মান গ্ৰহণ কৰে মন্ত্ৰী কৌশিক ৰায়, GMCৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত তথা সচিব কবিতা পদ্মনাভন আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় ফুকনে
অসমৰ ‘প্ৰথমখন স্বচ্ছ চহৰ’ হিচাপে গুৱাহাটী মহানগৰীলৈ স্বচ্ছ সৰ্বেক্ষণ বঁটা
RELATED ARTICLES
